১৷ ইংগো-ব্ৰহ্মী যুদ্ধ কেতিয়া হৈছিল?
বা
ইংৰাজ আৰু মানৰ মাজত
যুদ্ধ কেতিয়া হৈছিল?
ক) ১৮৫৭
খ) ১২২৬
গ) ১৮২৬
ঘ) ১৮১৬
Show Discussion
ক) ১৮৫৭
খ) ১২২৬
গ) ১৮২৬
ঘ) ১৮১৬
২৷ য়াণ্ডাবু সন্ধি
কেতিয়া হৈছিল?
ক) ১৮৫৭ চনৰ ১৫ আগষ্ট
খ) ১২২৬ চনৰ ১ জানুৱাৰি
গ) ১৮২৬ চৰ ২৪ ফেব্ৰুৱাৰি
ঘ) ১৮১৬ চনৰ ৩০ ডিচেম্বৰ
Show Discussion
ক) ১৮৫৭ চনৰ ১৫ আগষ্ট
খ) ১২২৬ চনৰ ১ জানুৱাৰি
গ) ১৮২৬ চৰ ২৪ ফেব্ৰুৱাৰি
ঘ) ১৮১৬ চনৰ ৩০ ডিচেম্বৰ
৩৷ য়াণ্ডাবু সন্ধি
কাৰ কাৰ মাজত হৈছিল?
উত্তৰ: ব্ৰহ্মদেশ
(ম্যানমাৰ)-ৰ ৰজা আৰু ব্ৰিটিছৰ মাজত য়াণ্ডাবু সন্ধি হৈছিল৷
৪৷ কেতিয়াৰ পৰা ব্ৰিটিছে
অসম শাসন কৰিবলৈ লয়?
উত্তৰ: ১৮২৬ চনৰ
য়াণ্ডাবু সন্ধিৰ পাছৰ পৰাই ব্ৰিটিছে অসম শাসন কৰিবলৈ লয়৷
৫৷ চিপাহী বিদ্ৰোহ
কেতিয়া হৈছিল?
উত্তৰ: ১৮৫৭ চনত
চিপাহী বিদ্ৰোহ হৈছিল৷
